Nelson Mandela: Long Walk to Freedom
Nelson Mandela: Long Walk to Freedom Class 10 English Chapter 2 Question Answer | SEBA HSLC
This page provides complete solutions for Class 10 English Chapter 2 “Nelson Mandela: Long Walk to Freedom” from the textbook First Flight. It includes answers to all textbook questions, oral comprehension checks, and thinking about the text, along with Assamese translations for better understanding. Prepared for SEBA HSLC exam and designed to help students score high marks.
Main Content
1. Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone?
উত্তৰঃ The ceremonies took place in the campus of the Union Buildings in Pretoria, which were attended by dignitaries and leaders of many nations. In India, Rashtrapati Bhavan and the Red Fort are examples of public buildings made of sandstone.
অসমীয়া অৰ্থঃ অনুস্থান প্ৰেট’ৰিয়াৰ ইউনিয়ন বিল্ডিংছত হৈছিল য’ত বিভিন্ন দেশৰ উচ্চ পদাধিকাৰী তথা নেতাসকলে অংশগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষত শিল-বালিৰে নিৰ্মিত জনতা ভৱনৰ উদাহৰণ হ’ল- ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট।
2. Can you say how 10 May is an ‘autumn day’ in South Africa?
উত্তৰঃ 10 May is an autumn day in South Africa because it lies in the Southern Hemisphere where the seasons are opposite to those in the Northern Hemisphere.
অসমীয়া অৰ্থঃ দক্ষিণ আফ্ৰিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত, য’ত ঋতুবোৰ উত্তৰ গোলাৰ্ধৰ বিপৰীত। সেইবাবে মে’ মাহত তাত শৰৎ ঋতু থাকে।
💡 Extra Insight: The phrase “autumn day” may also suggest a time of change and transition. Just as autumn represents a shift in season, 10 May 1994 marked a historic turning point in South Africa — the end of apartheid and the beginning of a democratic era under Nelson Mandela.
3. At the beginning of his speech, Mandela mentions “an extraordinary human disaster”. What does he mean by this? What is the “glorious … human achievement” he speaks of at the end?
উত্তৰঃ By mentioning “an extraordinary human disaster” at the beginning of his speech, Mandela refers to the system of apartheid — a policy of racial discrimination and injustice in South Africa. Black people were denied basic rights and freedom. At the end of the speech, Mandela talks about the ‘glorious human achievement’ that a black person became the President of a country where the blacks were not even considered human beings and were treated badly.
অসমীয়া অৰ্থঃ বক্তৃতাৰ আৰম্ভণিত মানৱতাৰ দূৰ্ভাগ্য বুলি মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত চলি থকা বৰ্ণ বৈষম্যৰ নিৰ্দয় নীতি (apartheid) বুজাইছে। কৃষ্ণাংগসকলক মৌলিক অধিকাৰ আৰু স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল। বক্তৃতাৰ শেষত মেণ্ডেলাই ‘মানৱতাৰ গৌৰৱময় সাফল্য’ৰ কথা কৈছে যে এজন কৃষ্ণাংগ ব্যক্তি এনে এখন দেশৰ ৰাষ্ট্ৰপতি হ’ল য’ত কৃষ্ণাংগসকলক মানুহ হিচাপেও গণ্য কৰা নাছিল আৰু তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল।
4. What does Mandela thank the international leaders for?
উত্তৰঃ In the Oath-taking ceremony of Mandela, he felt very privileged to welcome the international leaders that day, because South Africans were considered outlaws before they got independent. Thus, he thanks all of them for having come to witness the historical ceremony. This was a gesture of international recognition to a newly born free democratic nation and it could be considered as a common victory for justice, peace and human dignity.
অসমীয়া অৰ্থঃ মেণ্ডেলাই শপত গ্ৰহণ অনুষ্ঠানৰ দিনা তেখেতে সকলো আন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনাবলৈ পাই কৃতজ্ঞতা অনুভৱ কৰিছিল। কিয়নো সেই দিনটোত দক্ষিণ আফ্ৰিকাৰ মানুহ সকলে স্বাধীনতা লাভ কৰিছিল, সেইবাবে তেওঁ সকলোকে ধন্যবাদ জনাইছিল যে সকলো নেতাই তেওঁলোকৰ স্বাধীনতা লাভৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ তাত উপস্থিত হৈছিল, তেওঁলোকৰ উপস্থিতিয়ে আফ্ৰিকাসকলে লাভ কৰা নতুন স্বাধীনতা প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল।
5. What ideals does he set out for the future of South Africa?
উত্তৰঃ Nelson Mandela set the ideals of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be no discrimination on basis of colour or gender.
অসমীয়া অৰ্থঃ দক্ষিণ আফ্ৰিকাৰ বাবে মেণ্ডেলা এজন আদৰ্শবান ব্যক্তি আাছিল যিয়ে নিউ দেশৰ লোকসকলক স্বাধীনতা প্ৰদান কৰিছিল, বঞ্চনা যন্ত্ৰণা আদিৰ পৰা মুক্তি প্ৰদান কৰিছিল। তেওঁ সমাজৰ বাবেও এক নিদৰ্শন দাঙি ধৰিছিল যত বৰ্ণ অথবা লিংগ ভিত্তিত সমাজত কোনো বৈষম্য নাথাকিব।
Oral Comprehension Check (Page 18-19)
1. What do the military generals do? How has their attitude changed, and why?
উত্তৰঃ The highest military generals of the South African defense force and police saluted Mandela and pledged their loyalty to the new democratic government. Their attitude towards the blacks had changed. They started saluting them instead of arresting them.
অসমীয়া অৰ্থঃ দক্ষিণ আফ্ৰিকাৰ মিলিটাৰী জেনেৰেল তথা পুলিচ সকলে মেণ্ডেলাৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰি তেওঁক অভিবাদন জনাইছিল। তেওঁলোকৰ ভাবধাৰা কৃষ্ণাংগ সকলৰ প্ৰতি সলনি হৈ গৈছিল। কৃষ্ণাংগ সকলক শোষণ কৰাৰ পৰিৱৰ্তে নমস্কাৰ জনাবলৈ আৰম্ভ কৰিছিল তেওঁলোকে।
2. Why were two national anthems sung?
উত্তৰঃ Two national anthems were sung on the day of inauguration, one by the whites and the other by the blacks. It symbolized the equality of blacks and whites.
অসমীয়া অৰ্থঃ উদ্বোধনী অনুষ্ঠানৰ দিনা দুটা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল। এটা গীত পৰিবেশন কৰিছিল কৃষ্ণাংগ সকলে আৰু আনটো শ্বেতাংগ সকলে। এই অনুষ্ঠানে সকোলোৰে মাজত থকা সমতাৰ কথা সূচায়ছিল।
3. How does Mandela describe the systems of government in his country (i) in the first decade, and (ii) in the final decade, of the twentieth century?
উত্তৰঃ The systems of government described by Mandela are given below—
(i) In the first decade of the twentieth century, the white-skinned people of South Africa created a system of racial domination.
(ii) In the last decade of the twentieth century, the previous system had been overturned forever and replaced by a democratic government that recognized the rights and freedom of all people, regardless of their colour and skin.
অসমীয়া অৰ্থঃ মেণ্ডেলাই চৰকাৰী কাৰ্যকলাপ তলত দিয়াধৰণে আগবঢ়াইছিল-:
(i) বিংশ শতিকাৰ প্ৰথম দশকত শ্বেতাংগ সকলে বৰ্ণ বৈষম্যৰ এক পদ্ধতি সৃষ্টি কৰিছিল।
(ii) শেষ দশকত পূৰ্বৰ নিয়ম নাইকিয়া কৰি এক গণতান্ত্ৰিক চৰকাৰ স্থাপন কৰা হৈছিল যিয়ে সকলো মানুহৰ অধিকাৰ আৰু স্বাধীনতা স্বীকাৰ কৰিছিল।
4. What does courage mean to Mandela?
উত্তৰঃ According to Mandela, courage does not mean the absence of fear but a victory over fear. He believes that brave men need not be fearless but should be able to conquer fear.
অসমীয়া অৰ্থঃ মেণ্ডেলাৰ মতে সাহসৰ অৰ্থ ভয়ৰ অনুপস্থিতি নহয়, বৰং ভয়ৰ ওপৰত জয় লাভ হে হয়। তেওঁ বিশ্বাস কৰিছিল যে সাহসী মানুহ নিৰ্ভয় হোৱাৰ প্ৰয়োজন নহয়, পৰিৱৰ্তে তেওঁলোকে ভয়ৰ ওপৰত জয় লাভ কৰিব লাগে।
5. Which does he think is natural, to love or to hate?
উত্তৰঃ For Mandela, love comes more naturally to the human heart than hate.
অসমীয়া অৰ্থঃ মেণ্ডেলাৰ মতে, প্ৰেম আৰু ঘৃণাৰ মাজত প্ৰেমে মানৱ হৃদয়ত সহজে স্হান পাই।
Oral Comprehension Check (Page 21-22)
1. What “twin obligations” does Mandela mention?
উত্তৰঃ Mandela believes that every man has two obligations — one towards his family, parents, wife and children, and the other towards his people, his community and his country.
অসমীয়া অৰ্থঃ মেণ্ডেলাই বিশ্বাস কৰিছিল যে প্ৰত্যেক মানুহৰে দুটা বাধ্যবাধকতা থাকে — প্ৰথম বাধ্যবাধকতা হৈছে নিজৰ পৰিয়াল, পিতৃ-মাতৃ, পত্নী তথা সন্তানৰ প্ৰতি; দ্বিতীয় বাধ্যবাধকতা হৈছে নিজৰ মানুহ, নিজৰ সম্প্ৰদায় তথা নিজৰ দেশৰ বাবে।
2. What did being free mean to Mandela as a boy, and as a student? How does he contrast these “transitory freedoms” with “the basic and honourable freedoms”?
উত্তৰঃ As a boy, freedom meant to enjoy life, make merry and obey his father and tribal customs. As a student, freedom meant to study and live without restrictions. These childhood freedoms were transitory — temporary and limited. Later, he understood that basic and honourable freedoms include the right to live with dignity, earn a livelihood, raise a family without fear, and be free from prejudice and discrimination.
অসমীয়া অৰ্থঃ লৰা কালত স্বাধীনতাৰ অৰ্থ আছিল জীৱন উপভোগ কৰা, আনন্দ কৰা আৰু পিতৃ আৰু জনগোষ্ঠীৰ নিয়ম মানি চলা। ছাত্ৰ হিচাপে স্বাধীনতাৰ অৰ্থ আছিল পঢ়া-শুনা কৰা আৰু বিনা বাধাত জীয়াই থকা। এই শৈশৱৰ স্বাধীনতাবোৰ ক্ষণস্থায়ী আছিল। পিছত তেওঁ উপলব্ধি কৰিলে যে মৌলিক আৰু সন্মানীয় স্বাধীনতা হৈছে মৰ্যাদাৰ সৈতে জীয়াই থকা, জীৱিকা অৰ্জন কৰা, ভয়মুক্ত পৰিয়াল চলোৱা, আৰু পক্ষপাত আৰু বৈষম্যৰ পৰা মুক্ত হোৱাৰ অধিকাৰ।
3. Does Mandela think the oppressor is free? Why/Why not.
উত্তৰঃ According to Mandela, an oppressor is not free. An oppressor is a victim of hatred who is trapped behind the bars of prejudice and narrow-mindedness. He realises that both the oppressor and the oppressed are robbed of their humanity and peace.
অসমীয়া অৰ্থঃ মেণ্ডেলাৰ অনুসৰি অত্যাচাৰীবিলাক মুক্ত নহয়। তেওঁলোক ঘৃণাৰ বলি যিয়ে পক্ষপাত আৰু সংকীৰ্ণ মনৰ কাৰাগাৰত আবদ্ধ। তেওঁ অনুভৱ কৰিছিল যে অত্যাচাৰ কৰা আৰু অত্যাচাৰৰ বলি হোৱা দুয়োটা পক্ষই মানৱতা আৰু শান্তিৰ পৰা বঞ্চিত।
Thinking about the Text
1. Why did such a large number of international leaders attend the inauguration? What did it signify the triumph of?
উত্তৰঃ By attending the inauguration ceremony the international leaders showed a gesture of solidarity from the international community to the idea of end of apartheid. It signified the victory of good over evil and the triumph of a tolerant society without any discrimination.
অসমীয়া অৰ্থঃ আন্তঃৰাষ্ট্ৰীয় নেতাসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বৰ্ণবাদৰ অন্ত পৰাৰ ধাৰণালৈ আন্তঃৰাষ্ট্ৰীয় সংহতিৰ প্ৰদৰ্শন কৰিছিল। ইয়াৰ তাৎপৰ্য্য আছিল যে ভালৰ ওপৰত বেয়াৰ বিজয়, আৰু বৈষম্যহীন এক সহিষ্ণু সমাজৰ জয়।
2. What does Mandela mean when he says he is “simply the sum of all those African patriots” who had gone before him?
উত্তৰঃ When Mandela says he is simply the sum of all those African patriots, he actually wants to pay tribute to all the people who have sacrificed their lives for the sake of freedom. He says that he is grateful to the patriots who had gone before him because they were the real heroes who paved the path of co-operation and unity for him.
অসমীয়া অৰ্থঃ “মই আফ্ৰিকান মুক্তি যুঁজাৰোসকলৰ ফলাফল” এই কথাষাৰ জৰিয়তে মেণ্ডেলাই শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছিল, সেইসকল ব্যক্তিয়ে নিজ দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰিছিল, তেওঁ সেইসকলৰ প্ৰতি কৃতজ্ঞ আছিল কিয়নো তেওঁলোক আছিল প্ৰকৃত নায়ক যিয়ে দেশৰ স্বাধীনতা তথা একতাৰ বাট মুকলি কৰিছিল।
3. Would you agree that the “depths of oppression” create “heights of character”? How does Mandela illustrate this? Can you add your own examples to this argument?
উত্তৰঃ I agree with the statement that depths of oppression create heights of character. Nelson Mandela illustrates this by giving examples of great heroes of South Africa like Oliver Tambo, Walter Sisulu and others who were inspired to sacrifice their lives in the long freedom struggle. India is full of such examples. During our freedom struggle, there was a galaxy of leaders of great character and the oppression of British rule created and encouraged people of noble character like Mahatma Gandhi, Lala Lajpat Rai, Jawaharlal Nehru and many more.
অসমীয়া অৰ্থঃ মই একমত যে শোষণৰ গভীৰতাই চৰিত্ৰৰ উচ্চতা সৃষ্টি কৰে। মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ প্ৰকৃত নায়কসকলৰ উদাহৰণ দি এই কথা প্ৰমাণ কৰিছে, যেনে অলিভাৰ তম্ব, ৱাল্টাৰ চিচুলু আদি যিয়ে দেশৰ মুক্তিৰ বাবে প্ৰাণ ত্যাগ কৰিছিল। ভাৰতবৰ্ষতো তেনে বহু উদাহৰণ আছে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মহান চৰিত্ৰৰ নেতাসকলৰ সমাৱেশ আছিল আৰু ব্ৰিটিছ শাসনৰ শোষণে মহাত্মা গান্ধী, লালা লাজপত ৰায়, জৱাহৰলাল নেহৰু আদি মহান চৰিত্ৰৰ লোকসকলক সৃষ্টি কৰিছিল।
4. How did Mandela’s understanding of freedom change with age and experience?
উত্তৰঃ Mandela understood the real meaning of freedom with age and experience. As a young boy, he thought that he was born free and believed that as long as he obeyed his father and abided by the customs of his tribe, he was free in every possible way. As he grew older, the meaning of freedom changed for him. He realized he needed freedom to raise a family and earn a livelihood. Gradually he understood that it was not just his freedom that was being curtailed, but the freedom of all blacks. True freedom meant freedom from fear, prejudice and oppression. Age and experience widened his perspective of freedom.
অসমীয়া অৰ্থঃ বয়স আৰু অভিজ্ঞতাৰ লগে লগে মেণ্ডেলাই স্বাধীনতাৰ প্ৰকৃত অৰ্থ বুজি পাইছিল। লৰালি কালত তেওঁ ভাবিছিল যে তেওঁ জন্মগতভাৱে স্বাধীন আৰু পিতৃ আৰু জনগোষ্ঠীৰ নিয়ম মানি চলিলেই স্বাধীন। বয়স বঢ়াৰ লগে লগে তেওঁ বুজিলে যে পৰিয়াল চলাবলৈ, জীৱিকা অৰ্জন কৰিবলৈ স্বাধীনতা লাগে। পাছত তেওঁ বুজিলে যে অকল তেওঁৰ স্বাধীনতা নহয়, সকলো কৃষ্ণাঙ্গৰ স্বাধীনতা হৰণ কৰা হৈছিল। প্ৰকৃত স্বাধীনতা হৈছে ভয়, পক্ষপাত আৰু শোষণৰ পৰা মুক্তি।
5. How did Mandela’s ‘hunger for freedom’ change his life?
উত্তৰঃ Mandela realized that it was not only his freedom that was being curtailed, but the freedom of all blacks. This realization changed him from a fearful young man into a fearless rebel. He sacrificed the comforts of a settled family life to fight for a greater cause. He joined the African National Congress and this transformed him into a bold leader who fought against racial prejudice.
অসমীয়া অৰ্থঃ মেণ্ডেলাই বুজি পাইছিল যে তেওঁৰেই স্বাধীনতা খৰ্ব হোৱা নাছিল, বৰং সমগ্ৰ কৃষ্ণাঙ্গ সম্প্ৰদায়ে বঞ্চিত হৈছিল। এই উপলব্ধিয়ে ভয়াতুৰ মেণ্ডেলাক এজন নিৰ্ভীক সংগ্ৰামীলৈ পৰিৱৰ্তন কৰিছিল। তেওঁ নিজৰ সুখী পাৰিবাৰিক জীৱনৰ আৰাম ত্যাগ কৰি বৃহত্তৰ উদ্দেশ্যৰ বাবে সংগ্ৰাম কৰিলে। তেওঁ আফ্ৰিকান নেচনেল কংগ্ৰেছত যোগদান কৰে আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজা এজন সাহসী নেতালৈ পৰিণত হয়।
Word Meaning
- apartheid = a policy of racial segregation
- inauguration = formal ceremony to mark the beginning of something
- dignitary = a person holding high rank or office
- oppression = prolonged cruel or unjust treatment
- prejudice = preconceived opinion not based on reason
- transitory = temporary, not lasting
- obligation = a duty or commitment
- pledge = a solemn promise
- emblem = a symbol representing something
- besieged = surrounded by
Comments
No comments yet. Be the first!