A Tiger in the Zoo
A Tiger in the Zoo Class 10 English Chapter 2 (Poem) Question Answer | SEBA HSLC
This page provides complete solutions for Class 10 English Chapter 2 (Poem) “A Tiger in the Zoo” by Leslie Norris from the textbook First Flight. It includes a detailed summary, answers to all textbook questions, exercises, theme analysis, literary devices, and bilingual explanations. Prepared for SEBA HSLC exam preparation.
পাঠৰ তথ্য
| বিষয় | অসমীয়া (Assamese) |
| কিতাপখনৰ নাম | First Flight |
| পাঠৰ নাম | A Tiger in the Zoo |
| শ্ৰেণী | দশম (X) |
| অধ্যায় (Chapter) | অধ্যায় ২ (কবিতা) |
| পাঠ্যক্ৰম (Syllabus) | ছেবা (SEBA) |
About the Poet
Leslie Norris (1921-2006) was a Welsh poet and short story writer. He is known for his sensitive observations of nature and human experiences. His poems often explore themes of captivity, freedom, and the natural world.
Theme of the Poem
The central theme is the contrast between freedom and captivity. The tiger in the zoo is confined, losing its natural instincts and power, while in the wild it would be majestic, fierce, and free. The poem criticizes human cruelty in caging wild animals for entertainment, highlighting how captivity robs animals of their dignity and natural behavior.
Literary Devices
- Repetition: “quiet” and “brilliant” are repeated to emphasize contrast and hidden emotions.
- Imagery: Vivid pictures of the tiger in the cage and in the wild.
- Alliteration: “velvet quiet”, “strength behind bars”.
- Contrast: Between the confined zoo and the natural habitat.
Summary of the Poem
The poem begins with a description of a tiger walking in its little cage. It has beautiful stripes and soft velvet-like paws, but it is angry and unhappy at being confined. The poet imagines what the tiger would be doing if it were free in the wild: lurking in shadows, sliding through long grass near a water hole to catch a deer, and snarling near houses at the edge of the jungle. However, the reality is starkly different: the tiger is locked in a concrete cell, unable to show its strength. Visitors are ignored because the tiger cannot express its power. At night, it hears the sound of patrolling cars and stares at the stars. The cage has subdued its nature, leaving it powerless and sad. Through this contrast, the poet conveys how humans derive pleasure by imprisoning wild animals, depriving them of their natural freedom.
কবিতাটোৰ মূলভাৱঃ কবিতাৰ আৰম্ভণিতে বাঘটোৰ বিষয়ে বৰ্ণনা কৰা আছে যি দেখিবলৈ বহু ধুনীয়া আৰু সজাটোৰ ভিতৰত খোজ কাঢ়ি আছে। তাৰ পিঠিত ধুনীয়া আঁচ আছে আৰু কোমল সৰু সৰু ভৰিৰ নখ আছে। কিন্তু বাঘটো সুখী নাছিল বৰং তাৰ খং উঠি আছিল সজাৰ ভিতৰত সোমাই থাকিব লগীয়া হোৱা বাবে। কবিয়ে কৈছে যদি বাঘটো চিৰিয়াখানাৰ সজাত নাথাকিল হয় তেনেহলে হাবিত জলাশয়ৰ কাষত ওখ বননিৰ মাজত লুকাই থাকিলে হয় নিজৰ চিকাৰ অৰ্থাৎ হৰিণাটো ধৰিবলৈ। হাবি কাষৰীয়া গাঁৱৰ মানুহখিনিক হয়তো বাঘটোয়ে নিজৰ উপস্থিতি জানিব দি ভয় খুৱাই থাকিলে হয়। কিন্তু বাস্তৱ ছবিখন ইয়াৰ সম্পূৰ্ণ ওলোটা, বাঘটো মজবুতাক বনাই ৰখা সজাৰ ভিতৰত অসহায় ভাৱে বন্দী হৈ আছে। ইয়াত সি কাকো নিজৰ শক্তি দেখুৱাব নোৱাৰে, তাৰ শক্তি সজাৰ দণ্ডবোৰৰ মাজত বন্দী। কবিয়ে বাঘটোক দুৰ্বল হিচাপে বৰ্ণনা কৰিছে। কবিৰ মতে নিশা বাঘটো অকলশৰীয়াকৈ থাকে। সি মাথো নিশা ঘূৰি ফুৰা গাড়ীৰ শব্দ শুনে আৰু তৰা ভৰা আকাশখন চাই থাকে। চিৰিয়াখানাৰ সজাৰ ভিতৰৰ অৱস্থাই বাঘটোৰ চৰিত্ৰ সলনি কৰি তুলিছে। কবিয়ে কৈছে যে শক্তিশালী জন্তুৱে আজি সঁজাত বন্দী হৈ দুখী হব লগা হৈছে। শেষত কবিয়ে কৈছে মানুহে জীৱ জন্তুক বন্দী কৰি তেওঁলোকৰ অসহায় অৱস্থা চাই আনন্দ লাভ কৰে।
Thinking about the Poem
1. Read the poem again and work in pairs or groups to do the following tasks.
(i) Find the words that describe the movements and action of the tiger in the cage and in the wild. Arrange them in two columns.
উত্তৰঃ
| In the cage (সঁজাৰ ভিতৰত) | In the wild (হাবিৰ মাজত) |
|---|---|
| stalks, quiet rage, ignoring visitors, hears the last voice at night, stares at stars | lurking in shadow, sliding through the long grass, snarling around houses, baring his white fangs, terrorising the village |
| ঘূৰি ফুৰা, খঙাল, দৰ্শনাৰ্থীৰ উপস্থিতিক আওকাণ কৰা, নিশা শেষ শব্দ শুনা, তৰাভৰা আকাশ চোৱা | বননিত লুকাই থকা, ওখ বননিৰ মাজেৰে সৰি যোৱা, ঘৰৰ চাৰিওকাষে ঘূৰিফুৰা, তাৰ বগা দাঁত দেখা, গাঁও বাসীক ভয় খুওৱা |
(ii) Find the words that describe the two places and arrange them in two columns.
উত্তৰঃ
| Cage (সজা) | Wild (বনৰীয়া) |
|---|---|
| few steps of his cage, locked in concrete cell, his strength behind bars | shadow, long grass, snarling around houses, baring his white fangs, his claws, at the jungle’s edge |
| সঁজাৰ ভিতৰত বন্দী, তাৰ শক্তিবোৰ সজাৰ ভিতৰত বন্দী | ছাঁ, ওখ বননি, ঘৰৰ চাৰিওফাঁলে ঘূৰি ফুৰা, তাৰ বগা দাঁত, তাৰ নখ, হাবিৰ কাষ |
2. Notice the use of a word repeated in lines such as these:
(i) On pads of velvet quiet. In his quiet rage.
(ii) And stares with his brilliant eyes at the brilliant stars.
What do you think is the effect of this repetition?
উত্তৰঃ The poet repeats words to create a strong impact. The use of “quiet” with velvet pads suggests the tiger’s restricted, silent movement in the cage. In contrast, “quiet rage” reveals the deep anger that has built up due to confinement. The repetition of “brilliant” contrasts the brightness of the stars with the tiger’s eyes, which now reflect sadness and longing for freedom. This repetition emphasizes the contrast between the tiger’s natural life in the wild and its present captive state, highlighting the tragedy of imprisonment.
অসমীয়া অৰ্থঃ কবিয়ে কিছুমান বাৰে প্ৰতি কিছুমান শব্দ প্ৰয়োগ কৰিছিল যাতে কবিতাটোৰ কিছুমান দিশ ভালদৰে ফুটি উঠে। “কোৱাইট” অৰ্থাৎ নিৰৱতা শব্দটোৱে বাঘটোৰ সীমিত ক্ষমতাৰ কথা বুজাইছে যে বাঘটোৱে মাথো সজাটোৰ ভিতৰতে খোজ কাঢ়ি আছিল। সি হাবিত থকাৰ দৰে দৌৰিব পৰা নাছিল। সেইদৰে “নীৰৱ খঙ” টোৱে বাঘটোৰ ভিতৰত লুকাই থকা তীব্ৰ খঙক দৰ্শাইছে। ঠিক তেনেদৰে “জিকমিক” শব্দটোৱে তিৰবিৰাই থকা তৰা আৰু বাঘটোৰ উজ্বল চকুযোৰিক বুজাইছে। শব্দৰ পুনৰাবৃত্তিয়ে বাঘটোৰ প্ৰাকৃতিক জীৱন আৰু বন্দী জীৱনৰ মাজৰ বৈসাদৃশ্যক জোৰ দি দেখুৱাইছে।
Word Meaning
- stalks = walks in a proud or angry way
- velvet = soft, smooth fabric
- quiet rage = silent anger
- lurking = hiding, waiting
- snarling = making an angry sound (of an animal)
- baring = showing (teeth)
- fangs = long sharp teeth
- terrorising = frightening, creating fear
- concrete cell = a small prison made of concrete
- patrolling = walking around to guard
- brilliant = very bright, shining
Comments
No comments yet. Be the first!