DINDAYAL UPADHYAY
Comprehension:
1. Where was Dindayal Upadhyay born?
(দীনদয়াল উপাধ্যায়ৰ জন্ম ক’ত হৈছিল?)
Ans: Dindayal Upadhyay was born in the village Chandrabran, now called Dindayal Dham, near the Farah town in Mathura District, 26 km away from Mathura. (দীনদয়াল উপাধ্যায়ৰ জন্ম মথুৰা নগৰৰ ওচৰৰ ফাৰাহ জিলাত, মথুৰা নগৰৰ পৰা ২৬ কি.মি. দূৰত্বত অৱস্থিত চন্দ্ৰব্ৰান গাৱঁত, যাক বৰ্তমান দীনদয়াল ধাম বুলি কোৱা হয়, তাত হৈছিল)
2. What were Dindayal's parents' name?
(দীনদয়ালৰ পিতৃ-মাতৃৰ নাম কি আছিল?)
Ans: Dindayal's father's name was Bhagwati Prasad and his mother's name was Srimati Rampyari. (দীনদয়ালৰ পিতৃৰ নাম ভাগৱতী প্ৰসাদ আৰু মাতৃৰ নাম শ্ৰীমতী ৰামপিয়াৰী আছিল)
3. How did Upadhyay come into contact with Rashtriya Swayamsevak Sangh?
(দীনদয়াল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ কেনেকৈ আহিছিল?)
Ans: He came into contact with the Rashtriya Swayamsevak Sangh (RSS) while he was a student at Sanatan College, Kanpur, in 1937. He came into contact with the RSS through his classmate Balaji Mahashabde. (তেওঁ ১৯৩৭ চনত কানপুৰৰ সনাতন কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ আহিছিল। তেওঁ নিজৰ সহপাঠী বালাজী মহাশব্দেৰ জৰিয়তে ইয়াৰ সংস্পৰ্শলৈ আহিছিল)
4. Who founded the Bharatiya Jana Sangh?
(ভাৰতীয় জন সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল?)
Ans: Shyama Prasad Mukherjee founded the Bharatiya Jana Sangh. (শ্যাম প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জন সংঘ প্ৰতিষ্ঠা কৰিছিল)
5. What did Shyama Prasad Mukherjee say about Upadhyay?
(শ্যাম প্ৰসাদ মুখাৰ্জীয়ে উপাধ্যায়ৰ বিষয়ে কি কৈছিল?)
Ans: Shyama Prasad Mukherjee said about Upadhyay that if he had two Dindayals, he could transform the political face of India. (শ্যাম প্ৰসাদ মুখাৰ্জীয়ে উপাধ্যায়ৰ বিষয়ে কৈছিল যে যদিহে তেওঁ দুজন দীনদয়াল পালেহেঁতেন, তেওঁ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিব পাৰিলেহেঁতেন)
6. Write the name of the monthly that Upadhyay had started?
(উপাধ্যায়ে আৰম্ভ কৰা মাহেকীয়া আলোচনীখনৰ নাম লিখা?)
Ans: Dindayal Upadhyay started a monthly 'Rashtra Dharm' from Lucknow in 1940 and later he started a weekly 'Panchjanya' and a daily 'Swadesh'. (দীনদয়াল উপাধ্যায়ে ১৯৪০ চনত লক্ষ্ণৌৰ পৰা মাহেকীয়া 'ৰাষ্ট্ৰ ধৰ্ম' আৰম্ভ কৰিছিল আৰু পিছলৈ তেওঁ সাপ্তাহিক 'পাঞ্চজন্য' আৰু দৈনিক 'স্বদেশ' আৰম্ভ কৰিছিল)
7. Who was the founder of RSS?
(RSSৰ প্ৰতিষ্ঠাতা কোন?)
Ans: The founder of RSS was K.B. Hedgewar. (RSSৰ প্ৰতিষ্ঠাতা কে. বি. হেডগেৱাৰ আছিল)
Answer the following questions:
(তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া)
1. Write briefly about the education of Upadhyay.
(উপাধ্যায়ৰ শিক্ষাৰ বিষয়ে চমুকৈ লিখা)
Ans: Upadhyay was an excellent student. He studied under the guardianship of his maternal uncle. He went to high school in Sikar, where he matriculated. He stood first in the Board exam, obtaining a gold medal from Maharaja Kalyan Singh of Sikar, along with a monthly scholarship of 10 rupees and an additional 250 rupees for his books. He did intermediate at the Birla College in Pilani. He did B.A. at the Sanatan Dharma College in 1939 and graduated in first division. He joined St. John's College, Agra, to pursue a Master's degree in English literature but was unable to appear for the final year examination on account of a cousin's illness. His maternal uncle persuaded him to sit for the public services exam, where he got selected but declined to join the services on account of his interest in working with the common man. He obtained a B.T. degree at Prayag and entered public services.
(উপাধ্যায় এজন উত্তম ছাত্ৰ আছিল। তেওঁ নিজৰ মোমায়েকৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিছিল। তেওঁ ছিকাৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পাছ কৰিছিল। তেওঁ নিজৰ ব'ৰ্ড পৰীক্ষাত প্ৰথম স্থান লাভ কৰাৰ লগতে ছিকাৰৰ মহাৰাজ কল্যাণ সিঙৰ পৰা সোণৰ পদক, মাহিলী ১০ টকাকৈ জলপানি আৰু কিতাপৰ খৰচৰ বাবে অতিৰিক্ত ২৫০ টকা লাভ কৰিছিল। তেওঁ উচ্চতৰ মাধ্যমিক পীলানিৰ বিৰলা কলেজৰ পৰা কৰিছিল। তেওঁ সনাতন ধৰ্ম কলেজৰ পৰা ১৯৩৯ চনত প্ৰথম বিভাগত বি.এ. পাছ কৰিছিল। তাৰ পাছত তেওঁ স্নাতকোত্তৰ শিক্ষাৰ বাবে আগ্ৰাৰ ছেইণ্ট জন কলেজত নামভৰ্তি কৰিছিল যদিও খুড়াকৰ পুত্ৰৰ অসুস্থতাৰ বাবে চূড়ান্ত পৰীক্ষাত বহিব পৰা নাছিল। তেওঁৰ মোমায়েকে তেওঁক অসামৰিক সেৱাৰ পৰীক্ষা দিবলৈ মান্তি কৰাইছিল, য'ত তেওঁ উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ সাধাৰণ মানুহৰ হকে কাম কৰাৰ আগ্ৰহৰ বাবে সেই চাকৰি প্ৰত্যাখ্যান কৰিছিল। তেওঁ প্ৰয়াগৰ পৰা বি.টি. ডিগ্ৰী লাভ কৰি শিক্ষা সেৱাত যোগদান কৰিছিল)
2. Write about Upadhyay's view regarding western concepts in India.
(ভাৰতবৰ্ষত পাশ্চাত্য ধাৰণাসমূহৰ বিষয়ে উপাধ্যায়ৰ মতামত লিখা)
Ans: Dindayal Upadhyay was convinced that India as an independent nation cannot rely upon western concepts like individualism, democracy, socialism, communism, capitalism etc. He was of the view that the Indian polity after independence has been raised upon these superficial western foundations and not rooted in the timeless traditions of India's ancient culture. He was of the view that the Indian intellect was getting influenced by western theories and ideologies and consequently there was a big roadblock on the growth and expansion of original Bharatiya thought. He said that there was an urgent public need for a fresh breeze. He welcomed modern technology, but wanted it to be adopted to suit Indian requirements. Dindayal believed in a constructive approach. He exhorted his followers to co-operate with the Government when it was right and fearlessly oppose when it erred. He believed in swaraj which was advocated by Bharatiya Janata Party till the end of last century. He placed nation's interest above everything else.
(দীনদয়াল উপাধ্যায়ে বিশ্বাস কৰিছিল যে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পাশ্চাত্য ধাৰণা যেনে ব্যক্তিবাদ, গণতন্ত্ৰ, সমাজবাদ, সাম্যবাদ, পুঁজিবাদ আদিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। তেওঁৰ মতে স্বাধীনোত্তৰ ভাৰতীয় ৰাজনীতি এনে কৃত্ৰিম পাশ্চাত্য ভিত্তিৰ ওপৰত গঢ় লৈ উঠিছে, ভাৰতৰ প্ৰাচীন সংস্কৃতিৰ চিৰন্তন পৰম্পৰাৰ ওপৰত নহয়। তেওঁৰ মতে ভাৰতীয় বুদ্ধিবৃত্তি পাশ্চাত্য তত্ত্ব আৰু মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ আছিল আৰু ফলস্বৰূপে মৌলিক ভাৰতীয় চিন্তাধাৰাৰ বিকাশ আৰু প্ৰসাৰত এক ডাঙৰ বাধা আছিল। তেওঁ কৈছিল যে ইয়াত ৰাজহুৱাভাৱে এক নতুন সোঁতৰ প্ৰয়োজন। তেওঁ আধুনিক প্ৰযুক্তিক স্বাগতম জনাইছিল, কিন্তু ভাৰতীয় প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ ইয়াক গ্ৰহণ কৰিব বিচাৰিছিল। তেওঁ গঠনমূলক দৃষ্টিভংগীত বিশ্বাস কৰিছিল। তেওঁ নিজৰ অনুগামীসকলক যেতিয়া চৰকাৰ সঠিক আছিল তেতিয়া সহযোগিতা আগবঢ়াবলৈ আৰু য'ত ভুল কৰিছিল তাত নির্ভীকভাৱে বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। তেওঁ স্বৰাজত বিশ্বাস কৰিছিল, যিটো গত শতিকাৰ শেষলৈকে ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন কৰিছিল। তেওঁ ৰাষ্ট্ৰৰ স্বার্থক সকলোতকৈ ওপৰত স্থান দিছিল)
WORKING WITH THE TEXT
1. Complete the paragraph by filling in the missing words. Try not to see the lesson.
(হেৰুৱা শব্দবোৰ বিচাৰি তলৰ পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰা।)
Ans: Dindayal Upadhyay was born in 1916 in the village Chandrabran, now called Dindayal Dham near the Farah town in Mathura District 26 km away from Mathura. His father, Bhagwati Prasad was a well known astrologer and his mother Srimati Rampyari was a religious minded lady. Both his parents died when he was young and he was brought up by his maternal uncle. He excelled academically under the guardianship of his maternal uncle and aunt. He went to high school in Sikar, where he matriculated.
(দীনদয়াল উপাধ্যায়ৰ জন্ম ১৯১৬ চনত মথুৰা নগৰৰ পৰা ২৬ কি.মি. দূৰত অৱস্থিত ফাৰাহ চহৰৰ ওচৰৰ চন্দ্ৰব্ৰান গাৱঁত, যাক বৰ্তমান দীনদয়াল ধাম বুলি কোৱা হয়। তেওঁৰ দেউতাক ভাগৱতী প্ৰসাদ এজন বিখ্যাত জ্যোতিষী আছিল আৰু মাতৃ শ্ৰীমতী ৰামপিয়াৰী এগৰাকী ধৰ্মপৰায়ণ মহিলা আছিল। তেওঁ সৰুতে তেওঁৰ মাতৃ-পিতৃ মৃত্যু হয় আৰু তেওঁ মোমায়েকৰ দ্বাৰা ডাঙৰ-দীঘল হৈছিল। তেওঁ মোমায়েক-মামীয়েকৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণ কৰি উত্তীৰ্ণ হৈছিল। তেওঁ ছিকাৰৰ হাইস্কুলত পঢ়ি মেট্ৰিক পাছ কৰিছিল।)
2. Given below are some phrases from the lesson. Use them in sentences of your own.
(তলত পাঠটিৰ পৰা কিছু বাক্যাংশ দিয়া হৈছে। সেইসমূহ ব্যৱহাৰ কৰি নিজা বাক্য ৰচনা কৰা)
- religious minded: My father was a religious minded person. (মোৰ দেউতা এজন ধৰ্মপৰায়ণ ব্যক্তি আছিল)
- on account of: We invited them on account of the birthday celebration. (আমি তেওঁলোকক জন্মদিনৰ অনুষ্ঠান উপলক্ষে নিমন্ত্ৰণ দিছিলোঁ)
- fill up: You must fill up the form in order to sit for the examination. (পৰীক্ষাত বহিবলৈ তুমি ফৰ্ম পূৰণ কৰিব লাগিব)
- thought provoking: His speech in the meeting was really thought provoking. (সভাখনত তেওঁৰ ভাষণ আছিল সঁচাকৈয়ে চিন্তা উদ্ৰেককাৰী)
- rely upon: We should never rely upon rumours. (আমি কেতিয়াও গুজৱৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে)
GRAMMAR AND USAGE
3. Fill in the blanks with suitable preposition.
(উপযুক্ত অব্যয়েৰে খালী ঠাই পূৰ কৰা)
- a. The book was lying on the desk. (কিতাপখন টেবুলৰ ওপৰত পৰি আছিল)
- b. I am tired of walking. (মই খোজকাঢ়ি ভাগৰি পৰিছোঁ)
- c. The old man walks with a stick. (বুঢ়া মানুহজনে লাখুটিৰ সহায়ত খোজ কাঢ়ে)
- d. I have not seen him for a long time. (মই তেওঁক বহুদিন ধৰি দেখা নাই)
- e. The cow lives on grass. (গৰুৱে ঘাঁহ খাই জীয়াই থাকে)
- f. We suffer from cold in winter. (শীতকালত আমি ঠাণ্ডাত কষ্ট পাওঁ)
- g. The sky is above our head. (আমাৰ মূৰৰ ওপৰত আকাশ আছে)
- h. What is the time by your watch? (তোমাৰ ঘড়ীত কিমান বাজিছে?)
- i. The Taj Mahal stands beside the Yamuna. (তাজমহল যমুনা নদীৰ কাষত অৱস্থিত)
- j. She bought this book for fifty rupees. (তাই কিতাপখন পঞ্চাশ টকাত কিনিছিল)
4. Write the contracted forms of the following:
(তলত দিয়াসমূহৰ সংক্ষিপ্ত ৰূপ লিখা)
- i. She has not - she hasn't
- ii. I am not - I'm not
- iii. He should not - he shouldn't
- iv. I cannot - I can't
- v. They need not - they needn't
- vi. We do not - we don't
- vii. You had not - you hadn't
- viii. She does not - she doesn't
5. Write the full form of these contractions:
(তলত দিয়া সংক্ষিপ্ত ৰূপৰ সম্পূৰ্ণ ৰূপ লিখা)
- i. He won't - He will not
- ii. We weren't - we were not
- iii. You shan't - you shall not
- iv. She didn't - she did not
- v. They mustn't - they must not
- vi. I wasn't - I was not
6. Fill in the blanks using the correct degree of comparison of the words given in brackets.
(উল্লেখ কৰা শব্দসমূহৰ উপযুক্ত ৰূপ ব্যৱহাৰ কৰা)
- i. Rahul is the best boy in the class. (good) (ৰাহুল শ্ৰেণীটোৰ শ্ৰেষ্ঠ ল'ৰা)
- ii. Ashoka is greater than any other emperor that has ever reigned. (great) (অশোক অন্য যিকোনো সম্ৰাটতকৈ মহান)
- iii. The prettiest baby won the prize. (pretty) (আটাইতকৈ ধুনীয়া শিশুটোৱে পুৰস্কাৰ পালে)
- iv. Name the longest river in the world. (long) (পৃথিৱীৰ দীৰ্ঘতম নদীখনৰ নাম কোৱা)
- v. Boys are more careless than girls in their work. (careless) (কাজত ছোৱালীতকৈ ল'ৰাবোৰ বেছি অমনোযোগী)
- vi. The worst pair of shoes was thrown out of the window. (bad) (আটাইতকৈ বেয়া জোতা যোৰ নিষ্কাশন কৰা হ'ল)
- vii. Misery is the greatest mystery. (great) (দুঃখেই হৈছে আটাইতকৈ ডাঙৰ ৰহস্য)
7. Given below are jumbled sentences. Working in groups, rearrange the words in each sentence to form correct sentences.
(তলত কিছুমান বাক্যৰ শব্দ এলোমেলোভাবে দিয়া হৈছে। শব্দবোৰ সজাই শুদ্ধ বাক্য গঠন কৰা)
- a. Oliver Twist/work house/in/was/born/ - Oliver Twist was born in work house. (অলিভাৰ টুইষ্ট ৱৰ্কহাউছত জন্ম হৈছিল)
- b. knew/father/nobody/who/his/was - Nobody knew who his father was. (তেওঁৰ পিতৃ কোন আছিল সেয়া কোনেও জনা নাছিল)
- c. died/mother/his birth/his/soon/after - His mother died soon after his birth. (তেওঁৰ জন্মৰ কিছু সময় পিছতে তেওঁৰ মাতৃ মৃত্যু হয়)
- d. brought up/Oliver/was/work house/orphanage/run by/the/an/in - Oliver was brought up in an orphanage run by the work house. (অলিভাৰ ৱৰ্কহাউছৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰমত ডাঙৰ-দীঘল হৈছিল)
8. Here are some questions in direct speech. Put them into reported speech.
(প্ৰত্যক্ষ উক্তিসমূহ পৰোক্ষ উক্তিলৈ সলনি কৰা)
- i. The lady said to me, "What is the shortest way back?" - The lady asked me what the shortest way back was. (মহিলাগৰাকীয়ে মোক চমু বাটটো কি সুধিছিল)
- ii. He said to us, "Are you coming to the meeting today?" - He asked us whether we were coming to the meeting that day. (তেওঁ আমাক সেইদিনা সভালৈ আহি আছো নে সুধিছিল)
- iii. The king said to his ministers, "What will you do if you are suddenly attacked by a stronger enemy?" - The king asked his ministers what they would do if they were suddenly attacked by a stronger enemy. (ৰজাই তেওঁৰ মন্ত্ৰীসকলক সুধিছিল যে যদি কোনও শক্তিশালী শত্ৰুৱে হঠাৎ আক্ৰমণ কৰে তেন্তে তেওঁলোকে কি কৰিব)
- iv. The teacher said to the student, "When will you show your homework?" - The teacher asked the student when he would show his homework. (শিক্ষকজনে ছাত্ৰজনক তেওঁৰ গৃহকাৰ্য কেতিয়া দেখুৱাব সুধিছিল)
- v. She said to us, "Have you anything to say?" - She asked us whether we had anything to say. (তেওঁ আমাক ক'বলৈ একো আছে নে নাই সুধিছিল)
- vi. The teacher became angry with the student and said, "Why are you again disturbing the class in this way?" - The teacher asked the student why he was again disturbing the class in that way. (শিক্ষকজন ছাত্ৰজনৰ ওপৰত খং উঠি তেওঁক সুধিলে যে তেওঁ কিয় আকৌ তেনেদৰে শ্ৰেণীত বিঘি্ৰ সৃষ্টি কৰি আছে)
Comments
No comments yet. Be the first!