THE GOLDEN APPLES
Comprehension
(a) ANSWER EACH QUESTION BRIEFLY
1. What is a legend?
(কিংবদন্তি কি?)
Answer: A legend is a story handed down from the past through tradition. It is generally believed to be true, though its truth cannot be proved. (কিংবদন্তি হৈছে অতীতৰ পৰা পৰম্পৰাগতভাৱে প্ৰচলিত কাহিনী। ইয়াক সাধাৰণতে সত্য বুলি বিশ্বাস কৰা হয়, যদিও ইয়াৰ সত্যতা প্ৰমাণ কৰিব নোৱাৰি।)
2. Who was Bragi? What was he called and why?
(ব্ৰাগী কোন আছিল? তেওঁক কি বুলি কোৱা হৈছিল আৰু কিয়?)
Answer: Bragi was the son of Odin, the king of the gods. He was called the god of song and poetry because he sang beautifully and was skilled in poetry. (ব্ৰাগী সকলো দেৱতাৰ ৰজা ওডিনৰ পুত্ৰ আছিল। তেওঁ সুন্দৰকৈ গান গাই আৰু কবিতাত পাৰদৰ্শী হোৱাৰ বাবে তেওঁক গীত আৰু কবিতাৰ দেৱতা বুলি কোৱা হৈছিল।)
3. Who was Idun? Where did she live?
(ইদুন কোন আছিল? তাই ক’ত বাস কৰিছিল?)
Answer: Idun was the daughter of a dwarf. She lived in dark caves under the earth. (ইদুন এজন বামনৰ কন্যা আছিল। তাই পৃথিৱীৰ তলৰ অন্ধকাৰ গুহাত বাস কৰিছিল।)
4. How was Idun different from her father and brothers?
(দেউতাক আৰু ভায়েকহঁতৰ পৰা ইদুন কেনেকৈ পৃথক আছিল?)
Answer: Idun was very different from her father and brothers. They were ugly and bent in shape and could not come out in daylight because sunlight would turn them into stone. But Idun was beautiful, gentle and kind-hearted. She could move freely in daylight. (ইদুন দেউতাক আৰু ভায়েকহঁতৰ পৰা সম্পূৰ্ণ পৃথক আছিল। সিহঁত কুৎসিত আৰু বেঁকা আকৃতিৰ আছিল আৰু দিনৰ পোহৰত ওলাই আহিব নোৱাৰিছিল, কাৰণ সূৰ্যৰ পোহৰে সিহঁতক শিল কৰি পেলালেহেঁতেন। কিন্তু ইদুন ধুনীয়া, কোমল আৰু দয়ালু আছিল। তাই দিনৰ পোহৰত স্বচ্ছন্দে চলাফুৰা কৰিব পাৰিছিল।)
5. How were Bragi and Idun married?
(ব্ৰাগী আৰু ইদুনৰ বিয়া কেনেকৈ হৈছিল?)
Answer: When Bragi saw Idun, he fell in love with her at once. He took her to Asgard and they were married there. (ইদুনক দেখি ব্ৰাগী লগে লগে তাইৰ প্ৰেমত পৰিল। তেওঁ তাইক আছগাৰ্ডলৈ লৈ গ’ল আৰু তাতেই তেওঁলোকৰ বিয়া হ’ল।)
6. What was special about the golden apples?
(সোণৰ আপেলবোৰৰ বিশেষত্ব কি আছিল?)
Answer: The golden apples kept the gods and goddesses forever young and immortal. Without them, they would grow old and die. (সোণৰ আপেলবোৰে দেৱ-দেৱীক চিৰযৌৱন আৰু অমৰ কৰি ৰাখিছিল। সেইবোৰ নোহোৱালে সিহঁত বুঢ়া হৈ মৃত্যুবৰণ কৰিলেহেঁতেন।)
7. What happened when Loki hit the eagle with a stick?
(লোকিয়ে ঈগলটোক লাঠিৰে খুন্দা মাৰিলে কি হ’ল?)
Answer: When Loki struck the eagle with a stick, the stick stuck to the eagle’s body and Loki could neither pull it away nor let go of it. (লোকিয়ে ঈগলটোক লাঠিৰে খুন্দা মাৰোতে লাঠিডাল ঈগলৰ গাত লাগি ৰ’ল। তেওঁ নালাগি লাঠিডাল উলিয়াব পাৰিলে, নে এৰি দিব পাৰিলে।)
8. Where did Loki take Idun and why?
(লোকিয়ে ইদুনক ক’লৈ লৈ গ’ল আৰু কিয়?)
Answer: Loki took Idun to a dark forest because he had promised Thiazi, the storm giant, that he would hand over Idun and the golden apples to him if he freed Loki. (লোকিয়ে ইদুনক এটা অন্ধকাৰ অৰণ্যলৈ লৈ গ’ল, কাৰণ তেওঁ ধুমুহাৰ দৈত্য থিয়াজীক প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁ লোকীক মুক্ত কৰে, তেন্তে তেওঁ ইদুন আৰু সোণৰ আপেলবোৰ তেওঁৰ হাতত সোপৰ্দ কৰিব।)
9. What happened when Idun reached the forest?
(ইদুন অৰণ্যত উপনীত হোৱাৰ পিছত কি হ’ল?)
Answer: Thiazi swooped down in the form of an eagle, seized Idun and carried her away to his home in Jotunheim. (থিয়াজীয়ে ঈগলৰ ৰূপ লৈ তললৈ নামি আহি ইদুনক ধৰি নিজৰ ঘৰ জোটুনহাইমলৈ লৈ গ’ল।)
10. How did the gods feel when Idun had gone?
(ইদুন নথকাৰ সময়ত দেৱতাসকলৰ কেনে অৱস্থা হৈছিল?)
Answer: The gods became worried and sad. Without Idun and her golden apples, they began to grow old, weak and tired. Bragi was especially sorrowful without his wife. (ইদুন নথকাৰ বাবে দেৱতাসকল চিন্তিত আৰু দুখী হৈ পৰিল। সোণৰ আপেল নোহোৱাত সিহঁত বুঢ়া, দুৰ্বল আৰু ভাগৰুৱা হ’বলৈ ধৰিলে। ব্ৰাগী পত্নীৰ অবিহনে বিশেষকৈ অতি দুখী হৈছিল।)
11. Loki had deceived Idun once. Then why did she trust him again?
(লোকিয়ে এবাৰ ইদুনক প্ৰতাৰণা কৰিছিল। তেন্তে তাই আকৌ কিয় তাক বিশ্বাস কৰিলে?)
Answer: Idun trusted Loki again because she had no other way to return to Asgard. (ইদুনে লোকীক আকৌ বিশ্বাস কৰিলে, কাৰণ আছগাৰ্ডলৈ উভতি যোৱাৰ তাইৰ আন কোনো উপায় নাছিল।)
12. What happened when Loki flew back with Idun?
(লোকিয়ে ইদুনৰ সৈতে উৰি আহোঁতে কি হ’ল?)
Answer: Thiazi saw them and changed himself into an eagle. He followed them through the sky. (থিয়াজীয়ে তেওঁলোকক দেখি নিজকে ঈগললৈ সলনি কৰিলে আৰু আকাশত তেওঁলোকৰ পিছে পিছে গ’ল।)
13. Who were the eagle and the hawk? Which of the two was more powerful?
(ঈগল আৰু বাজ কোন আছিল? দুয়োৰে ভিতৰত কোন বেছি শক্তিশালী আছিল?)
Answer: The eagle was Thiazi, the storm giant, and the hawk was Loki. The eagle was more powerful than the hawk. (ঈগল আছিল থিয়াজী, ধুমুহাৰ দৈত্য, আৰু বাজ আছিল লোকী। ঈগল বাজতকৈ অধিক শক্তিশালী আছিল।)
Comments
No comments yet. Be the first!