LINES WRITTEN IN EARLY SPRING

This page provides complete solution for Class 8 English Chapter 6 "LINES WRITTEN IN EARLY SPRING" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.

All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.

Shankardev Vidya Niketan Class 8 English Chapter 6 Answer 2026 | LINES WRITTEN IN EARLY SPRING | Lesson 6 | অধ্যায় ৬ | Class 8 English Question Answer

Answer the following questions in your own words with close reference to the text:

1. What do you think were the "blended notes" which the poet heard?

('blended notes' ৰ মানে কি বুজা?)

Ans: In this poem, the poet appreciates the beauty of nature. The phrase "blended notes" refers to the harmonious and pleasant sounds of nature, such as the whistling of the wind, the chirping of birds, the buzzing of insects and the sound of flowing water. (এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে। 'blended notes' বুলিলে প্ৰকৃতিৰ মিলিত আৰু সুমধুৰ ধ্বনিসমূহ বুজায় যেনে বতাহৰ সুহুৰি, পক্ষীৰ কলকলনি, পোক-পতংগৰ ভুনভুনি আৰু বৈ যোৱা পানীৰ শব্দ।)

2. Why does the poet lament at the condition of man? What is the condition that the poet talks about?

(কবিয়ে মানুহৰ বৰ্তমান অৱস্থাক লৈ কিয় দুখ কৰিছে? কবিয়ে কোৱা অৱস্থাটো কি?)

Ans: The poet laments the condition of man because, while enjoying the beauty and peace of nature, he is reminded of the sad state of humanity. He wonders what man has done to man. Instead of living in harmony with nature, humans are engaged in greed, cruelty and conflict. (কবিয়ে প্ৰকৃতিৰ শান্ত আৰু মনোমোহা পৰিৱেশ উপভোগ কৰি থাকোঁতে মানুহৰ দুখজনক অৱস্থাৰ কথা ভাবি দুখ পাইছে। তেওঁ ভাবিছে মানুহে মানুহৰ সৈতে কি কৰিছে। প্ৰকৃতিৰ সৈতে মিলি বাস কৰাৰ সলনি মানুহ লোভ, নিষ্ঠুৰতা আৰু সংঘাতত লিপ্ত হৈ আছে।)

3. In your own words describe the aspects of nature presented in the third, fourth, and fifth stanzas.

(তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্তৱকত থকা প্ৰাকৃতিক উপাদানবোৰ নিজৰ ভাষাত লিখা।)

Ans: In the third stanza, the poet describes a green bower filled with primrose flowers and wreaths of periwinkle. In the fourth stanza, he talks about birds hopping and playing happily in the grove. In the fifth stanza, he describes budding twigs spreading out to enjoy the fresh and pleasant breeze. (তৃতীয় স্তৱকত কবিয়ে সেউজীয়া জিৰণি ঠাইত ফুলি থকা প্ৰিমৰ’জ ফুল আৰু নয়নতৰাৰ মালাৰ কথা কৈছে। চতুৰ্থ স্তৱকত তেওঁ আনন্দেৰে উৰি-ফুৰি থকা চৰাইবোৰৰ কথা কৈছে। পঞ্চম স্তৱকত তেওঁ কলি মেলা ডালবোৰ আৰু মৃদু বতাহৰ কথা কৈছে।)

4. From your reading of the poem what do you understand by "Nature's holy plan"?

(কবিতাটো পঢ়ি 'Nature's holy plan' মানে কি বুজিলা?)

Ans: “Nature’s holy plan” refers to the pure, joyful and harmonious system created by nature. The poet observes flowers blooming, birds singing, twigs spreading and the gentle breeze blowing. All these elements of nature live and move in harmony and happiness. The poet believes that this peaceful arrangement is nature’s sacred plan. However, he feels sad because humans do not follow this divine harmony and instead create conflict and suffering. (‘Nature's holy plan’ মানে হৈছে প্ৰকৃতিৰ পৱিত্ৰ আৰু সামঞ্জস্যপূৰ্ণ ব্যৱস্থা। ফুল ফুলি আছে, চৰাই গাইছে, ডালবোৰ মেল খাইছে আৰু মৃদু বতাহ বৈ আছে—এই সকলোবোৰ মিলি এক আনন্দময় সামঞ্জস্য সৃষ্টি কৰিছে। কবিয়ে ইয়াক প্ৰকৃতিৰ পৱিত্ৰ পৰিকল্পনা বুলি গণ্য কৰিছে। কিন্তু মানুহে এই সামঞ্জস্য মানি নচলি সংঘাত আৰু দুখ সৃষ্টি কৰিছে বুলি তেওঁ দুখ পাইছে।)

5. What does the poet observe in nature, when he looks around him?

(কবিয়ে নিজৰ চাৰিওফালে চাই প্ৰকৃতিত কি কি লক্ষ্য কৰিছে?)

Ans: When the poet looks around, he observes various beautiful aspects of nature. He hears sweet blended notes, sees blooming primroses and wreaths of periwinkle, watches birds hopping and playing and notices budding twigs spreading in the fresh breeze. All these sights and sounds fill his heart with pleasure. (কবিয়ে নিজৰ চাৰিওফালে চাই প্ৰকৃতিৰ বিভিন্ন সুন্দৰ উপাদান লক্ষ্য কৰিছে। তেওঁ সুমধুৰ ধ্বনি শুনিছে, ফুলি থকা প্ৰিমৰ’জ আৰু নয়নতৰাৰ মালা দেখিছে, আনন্দেৰে ফুৰি থকা চৰাইবোৰ চাইছে আৰু কলি মেলা ডালবোৰ সতেজ বতাহত মেল খাই থকা লক্ষ্য কৰিছে। এই সকলোবোৰে তেওঁৰ হৃদয় আনন্দেৰে ভৰাই তুলিছে।)


Related Chapters

Explore more chapters of Class 8 English .